উত্তৰ কাৰ্বি আংলং অভয়াৰণ্যrgKFf Nn vl ડેyK_ n4t1523I234 sij
| উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য ( North Karbi Anglong Wildlife Sanctuaries (Proposed)) | |
|---|---|
IUCN category IV (habitat/species management area) | |
| অৱস্থান | অসম, ভাৰত |
| গভাৰ্নিং বডী | Department of Environment & Forests, Assam |
উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য (ইংৰাজী:
North Karbi Anglong Wildlife Sanctuaries ) অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে অৱস্থিত আৰু সেয়ে জীৱ-জন্তুৰ পৰিভ্ৰমণৰ দিশৰ পৰা ইয়াৰ গুৰুত্ব অপৰিসীম।
সূচী
- 1 ইতিহাস
- 2 ভৌগিলিক বিৱৰণ
- 3 জলবায়ু
- 4 জৈৱবৈচিত্ৰ্য
- 5 তথ্য সংগ্ৰহ
- 6 বাহ্যিক সংযোগ
ইতিহাস[সম্পাদনা কৰক]
ভৌগিলিক বিৱৰণ[সম্পাদনা কৰক]
ই যোৰহাট আৰু ডিফুৰ পৰা ক্ৰমান্বয়ে ৮৮ আৰু ২০৫ কিমি দুৰত্বত অৱস্থিত।[1]
জলবায়ু[সম্পাদনা কৰক]
জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]
উদ্ভিদ:
প্ৰাণী: ঢেঁকীয়াপতিয়া বাঘ,শৰপহু, হাতী, বনৰীয়া মেকুৰী,লাজুকী বান্দৰ, কেৰ্কেটুৱা, সুগৰি পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ,মলুৱা বান্দৰ, হলৌ বান্দৰ ইত্যাদি।[2]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ http://assamforest.in/NP_Sanctuaries/wls_nkAnglong.php
- ↑ http://assamforest.in/NP_Sanctuaries/wls_nkAnglong.php
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| ||||||||||||||||