প8s78aw XEeSf W34 mFfISsen8DKb W7b itJLhECc hWaOo Ff
প |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
প অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একবিংশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'প'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'প' উচ্চাৰণ কৰোতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
সূচী
- 1 স্বৰবৰ্ণৰ লগত যোগ হ'লে
- 2 যুক্তবৰ্ণ (প যোগ)
- 3 'প'ৰে আৰম্ভ শব্দ
- 4 তথ্যসংগ্ৰহ
স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]
| স্বৰবৰ্ণ | 'ত'ৰ লগত যোগ হ'লে |
|---|---|
| অ | প |
| আ | পা |
| ই | পি |
| ঈ | পী |
| উ | পু |
| ঊ | পূ |
| ঋ | পৃ |
| এ | পে |
| ঐ | পৈ |
| ও | পো |
| ঔ | পৌ |
যুক্তবৰ্ণ (প যোগ)[সম্পাদনা কৰক]
প + ট = প্ট = কেপ্টেইন
প + ত = প্ত = উত্তপ্ত
প + ন = প্ন = স্বপ্ন
প + য = প্য = প্ৰাপ্য
প + ৰ = প্ৰ = প্ৰাণ
প + ল = প্ল = প্লাৱন
প + স = প্স = লিপ্সা
'প'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]
- পাপ
- পুণ্য
- পগলা
- পখিলা
- পৃথিৱী
- পণ্ডিত আদি।
তথ্যসংগ্ৰহ[সম্পাদনা কৰক]
- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ