শক্তি চট্টোপাধ্যায়k8
শক্তি চট্টোপাধ্যায় বাংলা ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি। ১৯৩৪ চনৰ ২৫ নভেম্বৰ তেঁওৰ জন্ম; মৃত্যু ১৯৯৫ চনৰ ২৩ মাৰ্চ। ১৯৮৩ চনৰ বঙালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
সাহিত্যকৃতি[সম্পাদনা কৰক]
- হে প্ৰেম হে নৈঃশব্দ্য ( ১৯৬২ )
- ধৰ্মেও আছি জিৰাফেও আছি ( ১৯৬৭ )
- সোনাৰ মাছি খুন কৰেছি ( ১৯৬৮ )
- অন্ধকাৰ নক্ষত্ৰ মাঝে তুমি অন্ধকাৰ ( ১৯৬৮ )
- হেমন্তেৰ অৰণে আমি পোস্টম্যান ( ১৯৬৯ )
- মাটিৰ বাড়ি ( ১৯৭১ )
- চতুৰ্দশপদী কবিতাবলী ( ১৯৭০ )
- প্ৰভু নষ্ট হয়ে যাই ( ১৯৭২ )
- সুখে আছি ( ১৯৭৪ )
- ঈশ্বৰ থাকেন জলে ( ১৯৭৫ )
- অস্ত্ৰেৰ গৌৰবহীন একা ( ১৯৭৫ )
- জ্বলন্ত ৰুমাল ( ১৯৭৫ )
- ছিন্নবিচ্ছিন্ন ( ১৯৭৫ )
- সুন্দৰ এখানে নয় ( ১৯৭৬ )
- কবিতায় তুলো ওড়ে ( ১৯৭৬ )
- যেতে পাৰি কিন্তু কেন যাবো ( ১৯৮৩ [সাহিত্য অকাদেমি পুৰস্কাৰ]
- ভাত নেই পাথৰ ৰয়েছে ( ১৯৭৯ )
- অঙ্গুৰি তোৰ হিৰণ্যজল ( ১৯৮০ )
- প্ৰচ্ছন্ন স্বদেশ ( ১৯৮১ )
- কক্সবাজাৰে সন্ধ্যা ( ১৯৮৫ )
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- মৃত্যুৰ পৰেও যেন হেঁটে যেতে পাৰি: ড. কুনাল চট্টোপাধ্যায়, কলিকতা বিশ্ববিদ্যালয়।